MediaWiki
/com.sun.wiki-publisher/wikiaccount.xhp
MediaWiki
MediaWiki সম্বাদ ব্যৱহাৰ কৰক আপোনাৰ MediaWiki হিচাপৰ পছন্দ যোগ কৰিবলৈ বা সম্পাদন কৰিবলৈ ।URL
এটা MediaWiki সেৱকৰ URL দিয়ক, http:// ৰে আৰম্ভ কৰিUsername
MediaWiki সেৱকৰত আপোনাৰ ব্যৱহাৰকৰোঁতাৰ নাম দিয়ক । বেনামী অভিগমৰ বাবে ৰিক্ত ৰাখক ।Password
MediaWiki সেৱকত আপোনাৰ গুপ্তশব্দ দিয়ক । বেনামী অভিগমৰ কাৰণে ৰিক্ত ৰাখক ।Save password
অধিবেশনত আপোনাৰ গুপ্তশব্দ ৰক্ষা কৰিবলৈ সক্ৰিয় কৰক । মূখ্য গুপ্তশব্দ সক্ৰিয় হ'ব লাগিব, - Tools - Options - StarOffice/OpenOffice.org - Security
চাওক ।
http://wiki.services.openoffice.org/wiki আকৃতিত এটা ৱিকি সেৱকৰ ইন্টাৰ্নে'ট ঠিকনা দিয়ক বা এটা ৱেব চৰকৰ পৰা URL নকল কৰক ।
ৱিকিয়ে বেনামী অভিগমৰ অনুমতি দিলে, আপুনি হিচাপৰ টেক্সট বাকচ ৰিক্ত ৰাখিব পাৰে । ন'হ'লে আপোনাৰ ব্যৱহাৰকৰোঁতাৰ নাম আৰু গুপ্তশব্দ দিয়ক ।
যদি আপুনি Tools - Options - StarOffice/OpenOffice.org সম্বাদৰ সুৰক্ষা টেব পৃষ্ঠাত মূখ্য গুপ্তশব্দৰ গুণ যদি সক্ৰিয় কৰিছে, তেতিয়াহ'লে চালনাজ্ঞানে গুপ্তশব্দ ৰক্ষা কৰিব আৰু প্ৰয়োজনৰ মতে নিজেই তথ্য দিব ।আপোনাৰ গুপ্তশব্দ ৰক্ষা কৰিবলৈ "গুপ্তশব্দ ৰক্ষা কৰক" সক্ৰিয় কৰক ।