=$video;?>
এইটো চাওক!
Firefox 3.5 প্ৰথম চৰক যি মুক্ত ভিডিঅ'ৰ প্ৰকৃতিৰ সমৰ্থন কৰে, যাৰ ফলত কোনো প্লাগ-ইন নোহোৱাকে চলচিত্ৰসমূহ আজিৰ গতিশীল ৱেব পৃষ্ঠাৰ এটা অংশ হ'ব পাৰে । আগবাঢ়ক – চেষ্টা কৰি চাওক ।
=$dailymotion;?>সহায় বিচাৰিছে?
আমাৰ সমৰ্থনৰ পৃষ্ঠাত বহুতো সমস্যাৰ উত্তৰ আছে, আৰু যিকোনো সমস্যাৰ সমাধানৰ বাবে কথা পতাৰ এটা লাইভ ছেটিংৰ (ইংৰাজীত) গুণ আছে ।
ব্যক্তিগত হোৱাৰ সময়
আপুনি অন-লাইন কি কৰিব বিচাৰিছে সেইটো নিজৰ পছন্দৰ মতে সজাবলৈ আপোনাৰ Firefox ৰ কাৰণে সহস্ৰাধিক উপায় আছে ।