Firefox ৰ লগত আৰম্ভ হোৱা
আপোনাক আৰম্ভ কৰিবলৈ সহায় কৰিবলৈ ইয়াত আমাৰ কিছুমান পছন্দৰ ছাইট, এড-অ'ন আৰু Firefox ৰ সঙ্কেত আছে । আনন্দ উপভোগ কৰক!
EXTRA_HEADERS; @include_once "{$config['file_root']}/{$lang}/includes/header-portal-pages.inc.php"; ?>
আপোনাক আৰম্ভ কৰিবলৈ সহায় কৰিবলৈ ইয়াত আমাৰ কিছুমান পছন্দৰ ছাইট, এড-অ'ন আৰু Firefox ৰ সঙ্কেত আছে । আনন্দ উপভোগ কৰক!
এই ৱেব আধাৰিত সেৱাই আপোনাক আৰু আপোনাৰ সহযোগী সকলক অন-লাইন নথি সৃষ্টি কৰিব আৰু সম্পাদন কৰিব দিয়ে ।
আপুনি এজন listmaker নেকি ? হ'লে, এই মুক্ত সেৱা ব্যৱহাৰ কৰি চাওক আপোনাৰ কৰিব-লগা তালিকা পৰিচালনা কৰিবলৈ ।
এটা নে'টৱৰ্কিংৰ সৰঞ্জাম যি আপোনাৰ বৰ্ত্তমানৰ পেশাদাৰী সংযোগ শক্তিশালী কৰে আৰু নতুন সংযোগ বনাব দিয়ে ।
আপোনাৰ বানানৰ বিষয়ে বৰকৈ চিন্তা নকৰিব — Firefox ৰ অন্তৰ্নিহিত বানানপৰীক্ষকে আপোনাৰ কাৰণে এইটো কৰিব ।
সম্পূৰ্ণ পৃষ্ঠাকে পত্ৰচিহ্ন কৰাৰ সলনি, ভৱিষ্যতৰ দ্ৰুত প্ৰসঙ্গৰ কাৰণে আপুনি নিজৰ পছন্দৰ অংশক কাটি, ৰক্ষা কৰি আৰু শেয়াৰ কৰিব পাৰে ।
এই মুক্ত, ব্যৱহাৰকৰ্তাই সৃষ্টি কৰা বিশ্বকোষৰ কাৰণে আপোনাৰ আঙুলিৰ আগত কোটি কোটি প্ৰবন্ধ আছে ।
এই সম্প্ৰদায়ৰ শক্তিৰে চলোৱা ছাইটত সহস্ৰাধিক উৎসৰ পৰা পোৱা বাতৰি ইয়াত একত্ৰিত কৰা হয় ।
যিকোনো আৰু সকলো বস্তুৰ কথা জানিব বিচাৰে ? এতিয়া আপুনি জানিব পাৰিব ।
আপুনি প্ৰয়োজনৰ বস্তু পোৱা নিশ্চিত কৰক – Firefox ৰ বিচৰা কলঘৰৰ বাৰত নিজৰ পছন্দৰ বিচৰা কলঘৰ যোগ কৰক ।
পৰ্দ্দাৰ যিকোনো শব্দত আঙুলিয়াই টিপক আপুনি বিচৰা তথ্য পাবলৈ ।
বিশ্বৰ সকলো কোণৰ পৰা অহা কোটি কোটি ভিডিঅ' চাওক, আৰু নিজৰ ভিডিঅ' আপ-ল'ড কৰি শেয়াৰ কৰক ।
শ্ৰেষ্ঠতম MP3 ব্ল'গত আলোচনা কৰা সঙ্গীত আৱিষ্কাৰ কৰক, শুণক আৰু কিনক ।
এটা মুকলি, মুক্ত উৎসৰ ইন্টাৰ্নে'ট TV আৰু ভিডিঅ' প্লেয়াৰ ।
এড-অ'ন পৰিচালক বযৱহাৰ কৰক আপুনি বিচৰা ধৰণে Firefox ক সজাবলৈ আৰু অধিক ধৰণ জানিবলৈ ।
অন-লাইন ছবি চাবলৈ আপোনাৰ চৰকক এটা সম্পূৰ্ণ পৰ্দ্দাৰ পাৰস্পৰিক অভিজ্ঞতালৈ সলনি কৰে ।
UK আৰু তাৰ বাহিৰৰ বহুতে চহৰৰ পুঙ্খানুপুঙ্খ স্থানীয় বিজ্ঞাপন আৰু ফ'ৰাম ।
আপোনাৰ স্থানীয় মদ্যশালা, ভোজনালয়, দোকান আৰু সেৱাৰ সম্প্ৰদায়ে চলোৱা সমালোচনা ।
এটা সামাজিক নে'টৱৰ্কিংৰ ছাইট যি সকলো স্থানতে আপোনাৰ নিজৰ বন্ধুসকলৰ লগত যোগাযোগ কৰি থাকিবলৈ সহায় কৰে ।
আপোনাৰ বন্ধুসকলে কি কৰিছে সেই কথা জানি থাকিবলৈ তেওঁলোকৰ ছাইটৰ ৱেব ফীডৰ গ্ৰাহক হওক ।
এটা সামাজিক চৰণ কৰা এড-অ'ন যি আপোনাক নিজৰ বন্ধুৰ লগত ৱেবক ছাৰ্ফ কৰিব আৰু কথা পাতিব দিয়ে ।