আপুনি সহায় কৰিব বিচাৰে ? উত্তম! আপুনি এজন C++ গুৰু হোৱাৰ প্ৰয়োজন নাই (বা সেইটো জনাৰো প্ৰয়োজন নাই!) আৰু আপুনি বহু সময় ব্যয় কৰাৰো প্ৰয়োজন নাই ।
আমাৰ লগত কাম কৰাৰ সহজ উপায়
- আপুনি নিজৰ পৰিবাৰ,বন্ধু আৰু সৰকৰ্মীক Mozilla ৰ উৎপাদন সমূহৰ বিষয়ে কওক
- সম্বাদ ব'ৰ্ড আৰু সমৰ্থন মঞ্চত অন্য মানুহক সহায় কৰক
- জনগোষ্ঠিৰ বিপণন-সম্বন্ধীয় দলত যোগদান কৰক আৰু আমাৰ তৃণমূল পৰ্যায়ৰ অভিযানত সহায় কৰক
- উন্নয়নৰ দলক আপুনি ক্ৰেশ্বৰ তথ্য প্ৰতিবেদন কৰা সুনিশ্চিত কৰক
- Mozilla উৎপাদনৰ সৈতে সঠিককৈ কাম নকৰা ৱেব ছাইট সমূহৰ সৈতে আপুনি সম্পৰ্ক কৰক
- Mozilla Foundation লৈ আপুনি এটা দান কৰক
প্ৰযুক্তি বিদ্যাত ৰুচি থকা জনৰ বাবে
- মানবৈশিষ্ট্য নিশ্চয়তাৰ দল যোগ কৰক আৰু সমাধান কৰিব লগা বাগ আৰু সমস্যাৰ প্ৰতিবেদন কৰক
- বিকাশকসকলৰ বাবে আলেখ্যন লিখিবলৈ বা সম্পাদন কৰিবলৈ সহায় কৰক
- ব্যৱহাৰকৰোঁতাসকলৰ বাবে আলেখ্যন লিখিবলৈ বা সম্পাদন কৰিবলৈ সহায় কৰক
- উন্নত Firefox ৰ পৰিবেশ-ব্যৱস্থালৈ যোগদান দিবলৈ কোনো Add-on বিকাশিত কৰক
- কোনো বাগ সমাধান কৰক বা প্ৰকল্পৰ কোডত যোগদান কৰক