আমি এই কাম কেনেদৰে কৰোঁ ?
Firefox কিয় বেলেগ? তাতোকৈ গুৰুত্বপূৰ্ণ, আমি মুক্ত । তাৰ মানে সমগ্ৰ বিশ্বতে যিকোনো ব্যক্তিয়ে (আৰু আমাৰ ওচৰত সহস্ৰ বিশেষজ্ঞ আছে আমাৰ সমৰ্থনৰ বাবে) আমাৰ কোড চাব পাৰে আৰু আমাৰ বৰ্মাবৃতত থকা কোনো সাম্ভাব্য দুৰ্বল অংশৰ সন্ধান পোৱাত সহায় কৰিব পাৰে ।
আৰু সমস্যা গম পালে, আমি প্ৰস্তুত হৈ সেইটোক সমাধা কৰিবলৈ আৰম্ভ কৰোঁ । এইটো আপোনাৰ (আৰু আমাৰ) শ্ৰেষ্ঠ মনোযোগ হ'ব লাগে তাক সমাধা কৰিবলৈ, যদিও তাৰ মানে আমি নিখুঁত হোৱাতকে অলপ কম বুলি স্বীকাৰ কৰিব লাগে ।
সহজভাবে ক'বলৈ, আপোনাৰ সুৰক্ষাক আমি সৰ্বোচ্চ মনোযোগ দিওঁ ।
আমাৰ বলিয়ামিতো প্ৰক্ৰিয়া আছে ।
ইন্টাৰ্নে'টক আমাতকে ভাল আৰু কোনোৱে নাজানে । কিন্তু, স্কেমাৰ, স্পেমাৰ আৰু ট্ৰিগাৰ-প্ৰিয় ভাইৰাছ সঁচা ভাবুকি, সেইবাবে ৱেব ব্যৱহাৰ কৰোঁতে আপুনি নিজকে সুৰক্ষিত ৰাখিব লাগে ।
ইয়াত Firefox ৰ প্ৰয়োগৰ প্ৰয়োজন ।
ৱেব চৰণ কৰাৰ বাবে এইটো সৰ্বাধিক সুৰক্ষিত উপায় কাৰণ:
- আমি সমস্যাটো অকলে সমাধা কৰিব নিবিচাৰো । সুৰক্ষা বিশেষজ্ঞৰ বিশ্বব্যাপী সমষ্টিয়ে আপোনাৰ ৱেব চৰণ সুৰক্ষিত কৰিবলৈ সকলো সময়তে তৎপৰ (আমাৰ মুক্ত উৎস ধৰণে কাম কৰাৰ বাবে ধন্যবাদ) । এইটো আপোনাৰ চুবুৰীয়া অঞ্চল এটা উন্নতবাবে প্ৰশিক্ষণ দিয়া নিঞ্জাৰ দ্বাৰা সুৰক্ষা কৰাৰ নিচিনা ।
- প্ৰত্যেক পদক্ষেপত আপোনাৰ সুৰক্ষাৰ কথা আমি ভাবো । কোডৰ কোনো এটা শাৰী লিখাৰ পূৰ্বে সুৰক্ষা বিশেষজ্ঞসকলে সমস্যাসমূহ চিনাকি কৰি সমাধা কৰিবলৈ চেষ্টা কৰে ।
- আমি সমস্যা সমাধা কৰিবলৈ সদায়ে প্ৰস্তুত । এখোজ আগবাঢ়ি থাকিবলৈ আমি সদায়ে ভাবুকিসমূহ নিৰীক্ষণ কৰোঁ আৰু নতুন Firefox ৰ উন্নয়ন মুক্তি কৰোঁ । মুক্ত উৎসৰ পৰিবেশত কাম কৰা মানে আমাৰ দুৰ্বল অংশ সমূহ বিচাৰি তাৰ সমাধান কৰিবলৈ যিকোনো ব্যক্তিয়ে আমাক সহায় কৰিব পাৰে ।
Firefox এ আপোনাক অন-লাইন থাকোঁতে কেনেদৰে সুৰক্ষিত ৰাখে তাকে জানিবলৈ, আমাৰ সুৰক্ষাৰ ব্ল'গ চাওক ।